Daily Time Axom

শিৱৰাত্ৰিত নামনি অসমত পুনৰ জন্ম সশস্ত্ৰ সংগঠনৰ

45

নিউজ ডেস্ক, ১৯ ফেব্ৰুৱাৰীঃ শিৱৰাত্ৰিত নামনি অসমত পুনৰ জন্ম সশস্ত্ৰ সংগঠনৰ। পৃথক কমতাপুৰৰ দাবীত গঠন GCLO । KLOৰ পিছত জন্ম GCLOৰ। জীৱন সিংহৰে আলোচনা ফলপ্ৰসূ নহ’লে অসম অশান্ত কৰাৰ ভাবুকি সংগঠনটোৰ।

পৃথক কমতাপুৰৰ দাবীত গঢ় লৈ উঠিল GCLO। ইতিমধ্যে সংগঠনটোৱে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে এক ভিডিঅ’ বাৰ্তা ।কে এল অ’ৰ সৈতে কেন্দ্ৰৰ আলোচনা ফলপ্ৰসূ নহ’লে অস্ত্ৰ তুলি লোৱাৰ ভাবুকি সংগঠনটোৰ ।

Comments are closed, but trackbacks and pingbacks are open.