Daily Time Axom

নিশা মাজুলীৰ ডাম্বুকিয়াল গাঁৱত উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ গুলীচালনা আৰক্ষীৰ

38

নিউজ ডেস্ক, ১৯ ফেব্ৰুৱাৰীঃ মাজুলীৰ ডাম্বুকিয়াল গাঁৱত গুলীচালনাৰ ঘটনা। ৰাইজৰ আক্ৰমণ ৰুধিবলৈ আৰক্ষীৰ গুলীচলনা। অভিযুক্তক আৰক্ষীয়ে ধৰি অনাৰ বাবেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জেংৰাইমুখ থানাৰ অ’চিৰ লগতে কেইবাগৰাকীও আৰক্ষী আঘাতপ্ৰাপ্ত হয় । আৰক্ষীৰ বাহনতো আক্ৰমণ একাংশ উত্তেজিত লোকৰ। বহু সময় ধৰি আৰক্ষীৰ বাহন আবদ্ধ কৰি ৰাখিছিল একাংশ লোকে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা আৰক্ষীৰ । গুলীচালনাৰ ঘটনাক লৈ মাজুলীত তীব্ৰ উত্তেজনা।

Comments are closed, but trackbacks and pingbacks are open.