পাকিস্তানক বন্ধু চীনে ৭০ কোটি ডলাৰৰ ঋণ অনুমোদন জনাইছে

বৰ্তমান পাকিস্তানে এক অভূতপূৰ্ব অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে।

আকাশলংঘী হৈছে মুদ্ৰাস্ফীতি। আমদানিকৃত সামগ্ৰী বন্দৰত আবদ্ধ হৈ আছে। দেশৰ বৈদেশিক মুদ্ৰাৰ মজুতত ৩ বিলিয়ন মাৰ্কিন ডলাৰতকৈও কম ধন বাকী আছে।

ইফালে, প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক নিৰ্দেশ জাৰি কৰিছে যে বিদেশত থকা মিছন, কাৰ্যালয় আৰু কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰাৰ লগতে ব্যয় ১৫ শতাংশ কমাবলৈ পদক্ষেপ ল’ব লাগে। আনহাতে, বিত্তমন্ত্ৰী ইছহাক দাৰে দাবী কৰিছে যে তেওঁৰ সৰ্ববতৰৰ বন্ধু চীনে ৭০ কোটি ডলাৰৰ ঋণ অনুমোদন জনাইছে।

AssamDaily time axomInternationalNew DelhiWorld
Comments (0)
Add Comment