Daily Time Axom

মমতা বেনাৰ্জী লোকসভা নিৰ্বাচনৰ ‘গেম চেঞ্জাৰ’ হ’ব পাৰেঃশত্ৰুঘ্ন সিনহা

0 26

২০২৪ চনত বিৰোধীৰ ‘প্ৰধানমন্ত্ৰীৰ’ কোন হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

এনে পৰিস্থিতিত তৃণমূলৰ সাংসদ শত্ৰুঘ্ন সিনহাই কয় যে বিৰোধীৰ বাবে কোন প্ৰধানমন্ত্ৰী হ’ব সেই বিষয়ে আলোচনা কৰাৰ পৰিৱৰ্তে এই মুহূৰ্তত স্পষ্টকৈ কোৱাটো প্ৰয়োজনীয় যে প্ৰধানমন্ত্ৰী হিচাপে মোডীৰ প্ৰত্যাৱৰ্তন হ’ব সেয়া একেবাৰেই বাঞ্ছনীয় নহয়। এইদৰেই চাৰি বছৰ পূৰ্বে বিজেপি ত্যাগ কৰা ‘বিহাৰী বাবু’ই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰে। মমতা বেনাৰ্জী লোকসভা নিৰ্বাচনৰ ‘গেম চেঞ্জাৰ’ হ’ব পাৰে বুলিও তেওঁ দাবী কৰে।

Leave A Reply

Your email address will not be published.