Daily Time Axom

শোণিতপুৰৰ বালিপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত থিতাতে নিহত ৫ জন যুৱক

39

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ বালিপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে ৫ বন্ধুৰ কৰুণ মৃত্যু। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে ছুইফ্ট ডিজায়াৰ বাহনখন । ফলত থিতাতে নিহত দ্বীপেন বৰা, ভাইকন পটংগীয়া, আকাশদ্বীপ বৰা, বিদ্যুৎ নাথ, বিশ্বজিৎ শইকীয়া নামৰ যুৱককেইজন। বালিপৰাৰ পৰা তেজপুৰ অভিমুখে গৈ থকাৰ সময়তে সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা।

Comments are closed, but trackbacks and pingbacks are open.