নিউজ ডেস্ক, ২৪ ডিচেম্বৰঃ ডিমাপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচাৰ অভিযান । NDPP-বিজেপি মিত্ৰজোঁটৰ হৈ প্ৰচাৰ প্ৰধানমন্ত্ৰীৰ।
আজি নাগালেণ্ডত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে প্ৰচাৰ চলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ছুমুকেডিমাত অনুষ্ঠিত হয় প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী প্ৰচাৰ সভা। নাগামিজ ভাষাৰে সম্বোধন কৰি মোদীয়ে আৰম্ভ কৰে ভাষণ।
নাগালেণ্ডৰ জনতাৰ মৰমত আপ্লুত হোৱা বুলি উল্লেখ কৰি মোদীয়ে কয় যে, ‘‘নাগালেণ্ডত NDPP আৰু BJPৰ চৰকাৰ চলি আছে৷