নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰীঃ প্ৰেমিকাক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ তেজপুৰস্থিত ভাৰতীয় সেনাৰ বিষয়া কৰ্ণেল অমৰেন্দ্ৰ সিং ৱালিয়া। চাংসাৰীত বস্তাত বান্ধি পেলাই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ।জনসম্পৰ্কৰক্ষী বিষয়া আছিল অমৰেন্দৰ সিং ৱালিয়া। চাংসাৰি আৰক্ষীৰ সহযোগত তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক। তেজপুৰৰ সেনাৰ চতুৰ্থ কৰৰ মুখ্য কাৰ্যালয়ৰ পৰা গ্রেপ্তাৰ বিষয়াগৰাকীক।