Daily Time Axom

বন্দনাসহ তিনি অভিযুক্তক পুনৰ ৪দিনৰ আৰক্ষী জিম্মালৈ

48

নিউজ ডেস্ক, ২৭ ডিচেম্বৰঃ পুনৰ ৪ দিনৰ আৰক্ষীৰ জিম্মাত বন্দনা কলিতা। অৰূপ ডেকা, ধনটি ডেকাকো ৪ দিনৰ আৰক্ষীৰ জিম্মাত দিলে আদালতে। আজি আদালতত হাজিৰ কৰোৱা হৈছিল ডাবল মাৰ্ডাৰৰ ৩ অভিযুক্তক। এতিয়াও আৰক্ষীৰ পৰা বহু কথা গোপনে ৰাখিছে বন্দনা কলিতাই। অৰূপ ডেকা, ধনটি ডেকায়ো বহু কথা কোৱা নাই আৰক্ষীক।

Comments are closed, but trackbacks and pingbacks are open.