ভয়ংকৰ দুৰ্ঘটনা, ব্ৰহ্মপুত্ৰৰ মাজত নাঁও-ফেৰীৰ মুখামুখি সংঘৰ্ষ

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ যন্ত্ৰচালিত নাঁও আৰু ফেৰীৰ মাজত সংঘৰ্ষ।দক্ষিণ শালমাৰাৰ হজিৰহাটৰ পৰা ধুবুৰী অভিমুখে গৈ আছিল ফেৰীখন।

এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল শ শ যাত্ৰী। ব্ৰহ্মপুত্ৰ নৈৰ মাজত যন্ত্ৰচালিত নাঁও আৰু ফেৰীৰ মুখামুখি সংঘৰ্ষ। বাতৰি সংগ্ৰহ কৰাৰ সময় লৈকে যাত্ৰীসকলৰ কোনো ধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই।

AssamAssamese NewsBoat AccidentBrahmaputra RiverDaily time axomDhuburiIndia