নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ আজি আদালতত হাজিৰ কৰোৱাব উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক। দিনৰ ২ বজাত CBI-এ আদালতত হাজিৰ কৰোৱাব উপ-মুখ্যমন্ত্ৰীগৰাকীক। দেওবাৰে গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া। আদালতত হাজিৰৰ পূৰ্বে স্বাস্থ্য পৰীক্ষা কৰোৱাব ছিছোদিয়াক।
উল্লেখ্য যে, সুৰা কেলেংকাৰীৰ অভিযোগত দেওবাৰে গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ ছিচ’দিয়া। তেওঁক গ্ৰেপ্তাৰৰ পাছতেই আপে সোমবাৰে ৰাজ্যজুৰি বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে। গ্ৰেপ্তাৰৰ নিশাটো চিবিআইৰ মুখ্য কাৰ্যালয়তে কটাই ছিচ’দিয়া।
Comments are closed, but trackbacks and pingbacks are open.