Daily Time Axom

মেঘালয়ৰ নংপোত ভয়াৱহ দুৰ্ঘটনা, বৰমাৰ চেণ্ট জনছ স্কুলৰ অধ্যক্ষ-শিক্ষকসহ ৬গৰাকীৰ মৃত্যু

51

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ মেঘালয়ৰ নংপোত ভয়াৱহ দুৰ্ঘটনা। বৰমাৰ চেণ্ট জনছ স্কুলৰ অধ্যক্ষ-শিক্ষকসহ ৬গৰাকীৰ মৃত্যু। এখন ব’লেৰত তীব্ৰবেগী চিমেণ্টভৰ্তি ট্ৰাকে খুন্দা মাৰি ব’লেৰখনৰ ওপৰত পৰি যোৱাৰ সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো।

দুৰ্ঘটনাত নিহত ফাদাৰ, হেড মিষ্ট্রেছসহ ৬জনকৈ লোকৰ। মৃতসকল ক্ৰমে- ফাদাৰ মেথিউ দাস, হেড মিষ্ট্রেচ মিলগ্রীন ডেণ্টেচ,শিক্ষক মাইৰণ ৰেঞ্জাৰ, ছিষ্টাৰ প্রেমিলা টিৰ্কী, ৰ’জী ন’নগ্রীন।

লগতে মৃত্যু গাড়ী চালক সঞ্জয় স্বৰ্গীয়াৰীয়ো নিহত হয়। দুৰ্ঘটনাগ্রস্ত বলেৰ’ বাহনখনৰ নম্বৰ AS-26 B 7908। ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Comments are closed, but trackbacks and pingbacks are open.