নিউজ ডেস্ক, ৪ মাৰ্চঃ বিজেপি নেতাক আক্ৰমণ। গুৱাহাটী মহানগৰ জিলা সম্পাদক বিজয় পাঠকক আক্ৰমণ দুৰ্বৃত্তৰ। গুৱাহাটী ৰে’ল ষ্টেছনৰ সন্মুখত আক্ৰমণ কৰে দুৰ্বৃত্তই। চোকা অস্ত্ৰৰে সংঘটিত কৰিছিল এই আক্ৰমণ।
১৭ টা চিলাই কৰিব লগীয়া হৈছে পাঠকৰ আঘাতপ্ৰাপ্ত স্থানবোৰত। প্ৰচূৰ ৰক্তক্ষৰণো হৈছে নেতাগৰাকীৰ। বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন পাঠক।