Daily Time Axom

বিশ্ব ঐতিহ্য হোৱাৰ দিশে চৰাইদেউ, এই কথা আনুষ্ঠানিকভাৱে জনালে ইউনেস্ক’ই

0 33

নিউজ ডেস্ক, ৪ মাৰ্চঃ অসমবাসীৰ বাবে সুখবৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ দিশত চৰাইদেউ মৈদাম। UNESCO-ৰ স্বীকৃতিৰ বাবে যাৱতীয় অৰ্হতা আছে চৰাইদেউ মৈদামৰ। মৈদামক ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি দিবৰ বাবে ইউনেস্ক’ক প্ৰয়োজনীয় কাৰিকৰী যোগ্যতা লাভ কৰিছে চৰাইদেউ মৈদামে। চৰাইদেউ মৈদাম পৰিদৰ্শনৰ বাবে শীঘ্ৰেই আহিব ইউনেস্ক’ৰ দল।

ইতিমধ্যে এই সন্দৰ্ভত অসম চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে ইউনেস্ক’ই।সামাজিক মাধ্যমৰ জৰিয়তে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে।

Leave A Reply

Your email address will not be published.