ভয়ংকৰ ঘটনা! সুৰামত্ত মিজো আৰক্ষী জোৱানৰ গুলীত প্ৰাণ গ’ল দুই সতীৰ্থ আৰক্ষীৰ

নিউজ ডেস্ক, ৬ মাৰ্চঃ অসম-মিজোৰাম সীমান্তত গুলীচালনা। দুই সহকৰ্মীক গুলীয়াই হত্যা এজন মিজো আৰক্ষী জোৱানৰ। মিজোৰামৰ বুৱাৰচেপ পেট্ৰ’ল পাম্পত এই ঘটনা। সুৰামত্ত অৱস্থাত জোৱানজনে গুলীয়াই সহকৰ্মীক। নিহত হয় জে লালৰোহলুৱা আৰু ইন্দ্ৰ কুমাৰ ৰায়। অভিযুক্ত আৰক্ষী জোৱান বিমল কুমাৰ চাকমাক আটক আৰক্ষীৰ।

AssamDaily time axomDeathfiringIndiaMizoramMizoram PoliceNorth East
Comments (0)
Add Comment