দ্বিতীয়বাৰলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে কনৰাড চাংমাই

নিউজ ডেস্ক, ৭ মাৰ্চঃ মেঘালয়ৰ নতুন চৰকাৰৰ শপত গ্ৰহণ। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কনৰাড চাংমাই। শ্বিলঙৰ ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লগতে এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ।

দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে NPP মুৰব্বী কনৰাড চাংমাই। NPP দলৰ পৰা মুখ্যমন্ত্ৰী আৰু ৭ গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে।

Amit ShahAssamese NewsConrad SangmaDaily time axomIndiaJP NaddaMeghalayaNarendra ModiNorth EastNPPpoliticsTake oath
Comments (0)
Add Comment