মাজুলীত ভয়ংকৰ ঘটনা লুইতৰ পানীত পৰিল চাৰিচকীয়া বাহন

নিউজ ডেস্ক, ৭ মাৰ্চঃ যোৰহাটৰ নিমাতি ঘাটত অঘটন। নিমাতি ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ যাব লগীয়া এখন ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত পৰি যায় এখন বাহন। নিমাতি ঘাটৰ দুই নং ৰেম্পত তোলাৰ সময়ত ফেৰী পাৰ হৈ নদীত পৰেগৈ চাৰিচকীয়া বাহনখন।

ইতিমধ্যে, গাড়ীখন পানীৰ পৰা উদ্ধাৰ কৰা হৈছে। সৌভাগ্যক্ৰমে প্ৰাথমিক খবৰ অনুসৰি এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।

AssamAssamese NewsBoat AccidentDaily time axomIndiaJorhatMajuli
Comments (0)
Add Comment