মেটাৰ বৃহৎ ঘোষণা, পুনৰ ১১ হাজাৰ কৰ্মচাৰীক দিব বিদায়

নিউজ ডেস্ক, ৭ মাৰ্চঃ মেটাৰ এইবাৰ বৃহৎ ঘোষণা। ১১ হাজাৰ কৰ্মচাৰীক বিদায় দিব মেটাই। ফেচবুক আৰু ইনষ্টাগ্ৰাম মালিকাধীন মেটাই এইবাৰ ডাঙৰ সিদ্ধান্ত ঘোষণা কৰিছে । পুনৰ চাকৰিৰ পৰা বিদায় দিবলৈ ওলাইছে হাজাৰ হাজাৰ কৰ্মচাৰীক ।

উল্লেখ্য যে, বিগত নৱেম্বৰ মাহত প্ৰায় ১৩ শতাংশ কৰ্মচাৰীক চাকৰিৰ পৰা বিদায় দিছিল । এইবাৰ পুনৰ ১১ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা দিব বিদায় দিব ওলাইছে মেটাই । আগন্তুক সপ্তাহৰ ভিতৰত বিদায় দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে।

Assamese NewsDaily time axomElon MuskInternationalMETA
Comments (0)
Add Comment