নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ নেফিঅ’ ৰিঅ’ৰ

নিউজ ডেস্ক, ৭ মাৰ্চঃ আজি নাগালেণ্ড চৰকাৰৰ শপতগ্ৰহণ। পঞ্চমবাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নেফিঅ’ ৰিঅ’ই। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত শপত ল’লে ১২জনীয়া মন্ত্ৰীসভাই।

নাগালেণ্ডৰ কোহিমাত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে। লগতে উপস্থিত থাকে কেন্দ্ৰীয় চৰকাৰৰ বহু মন্ত্ৰী আৰু জ্যেষ্ঠ বিজেপি নেতা।

Assamese NewsDaily time axomHimanta Biswa SarmaIndiaNagalandNarendra ModiNeiphiu RioNorth EastpoliticsTake oath
Comments (0)
Add Comment