পল্টনবজাৰ ৰে’ল ষ্টেচনত GRPৰ অভিযানত জব্দ ৩ কেজি ২০ গ্ৰাম ওজনৰ সোণৰ বিস্কুট

নিউজ ডেস্ক, ৮ মাৰ্চঃ মহানগৰীত পুনৰ সোণ জব্দ। পল্টন বজাৰ ৰে’ল ষ্টেচনত জব্দ ৩ কেজি ২০ গ্ৰাম ওজনৰ সোণৰ বিস্কুট। GRPৰ অভিযানত জব্দ কেইবাখনো সোণৰ বিস্কুট। সোণসহ আটক শ্বৰীফ আলম নামৰ এজন সৰবৰাহকাৰীক। ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হয় সোণখিনি।

উল্লেখযোগ্য যে, মঙলবাৰেও গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ হৈছিল সোণ। তেজস এক্সপ্ৰেছৰ পৰা ৰে’ল আৰক্ষীয়ে জব্দ কৰিছিল সোণ। লগতে আটক কৰিছিল এজন সোণ সৰবৰাহকাৰীক।

AssamAssamese NewsDaily time axomGoldGRPGuwahatiIndiaSiezed
Comments (0)
Add Comment