Daily Time Axom

হোলীত সুৰা বিক্ৰীৰ অভিলেখ, মহানগৰীত দুটা দিনত বিক্ৰী হ’ল ১০ কোটি টকাৰ সুৰা

0 40

নিউজ ডেস্ক, ৯ মাৰ্চঃ হোলীত মহানগৰীত সুৰাৰ বিক্ৰীয়ে গঢ়িলে অভিলেখ। সুৰা বিক্ৰীত ৰাজ্যৰ ভিতৰতে শীৰ্ষত আছে গুৱাহাটী মহানগৰী।

গুৱাহাটীত বিগত ৭ মাৰ্চত ৯ কোটি ৫৮ লাখ টকাৰ সুৰা বিক্ৰী হোৱাৰ বিপৰীতে ৮ মাৰ্চত বিক্ৰী হৈছে ১ কোটিৰো অধিক টকাৰ সুৰা। প্ৰায় ১০ কোটি টকাৰ সুৰা বিক্ৰীৰে মহানগৰীত হোলীত আবকাৰী বিভাগে গঢ়িলে অভিলেখ।

Leave A Reply

Your email address will not be published.