তামাৰহাটত বায়েকৰ বিয়াৰ বজাৰ কৰিবলৈ ওলাই যাওঁতে শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু যুৱকৰ

নিউজ ডেস্ক, ১০ মাৰ্চঃ তামাৰহাটৰ মধ্যপেটলাত শোকাৱহ পথ দুৰ্ঘটনা।আলোকঝাৰীৰ পৰা তামাৰহাট অভিমুখে বাইকেৰে আহি থকা অৱস্থাত দুৰ্ঘটনাত মৃত্যুমুখত পৰে দুই বাইক আৰোহী।

দুৰ্ঘটনাত থিতাতে নিহত হয় দুই বাইক আৰোহী । নিহত হোৱা যুৱক দুজন আলোকঝাৰীৰ ৰাম গোপাল ৰায় আৰু মনভোলা ৰায় আৰু গুৰুতৰভাৱে আহত বিক্ৰম বৰ্মণ নামৰ আন এজন যুৱক।

তামাৰহাটত বায়েকৰ বিয়াৰ বজাৰ কৰিবলৈ ওলাই যাওঁতে এই ঘটনা সংঘটিত হয়।

AccidentAssamAssamese NewsDaily time axomDeathIndiaTamarhat
Comments (0)
Add Comment