Daily Time Axom

‘নাহিদ আফ্ৰিনে বঁটা ঘুৰাই দিয়াৰ প্ৰয়োজন নাই’ চলচ্চিত্ৰ বঁটাৰ প্ৰসংগত মন্তব্য বিমল বৰাৰ

0 38

নিউজ ডেস্ক, ১৫ মাৰ্চঃ ‘নাহিদ আফ্ৰিনে বঁটা ঘুৰাই দিয়াৰ প্ৰয়োজন নাই’। চলচ্চিত্ৰ বঁটাৰ প্ৰসংগত এইদৰে মন্তব্য প্ৰদান কৰে মন্ত্ৰী বিমল বৰাই।

মন্ত্ৰীগৰাকীয়ে কয়, বঁটাটো নাহিদেই পাইছে। গানটো ভুলকৈ ‘নীলাতে লুকা-ভাকু’ বুলি উল্লেখ হ’ল। নাহিদ আফ্ৰিনে বঁটা ঘূৰাই দিব নালাগে। এই বিতৰ্কৰ অৱসান হ’ব লাগে।

লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘চিনেমাখনত নাহিদে যিটো গান গাইছে সেই গানটোৰ বাবেহে বঁটা পাইছে।

Leave A Reply

Your email address will not be published.