নিউজ ডেস্ক, ১৫ মাৰ্চঃ ‘নাহিদ আফ্ৰিনে বঁটা ঘুৰাই দিয়াৰ প্ৰয়োজন নাই’। চলচ্চিত্ৰ বঁটাৰ প্ৰসংগত এইদৰে মন্তব্য প্ৰদান কৰে মন্ত্ৰী বিমল বৰাই।
মন্ত্ৰীগৰাকীয়ে কয়, বঁটাটো নাহিদেই পাইছে। গানটো ভুলকৈ ‘নীলাতে লুকা-ভাকু’ বুলি উল্লেখ হ’ল। নাহিদ আফ্ৰিনে বঁটা ঘূৰাই দিব নালাগে। এই বিতৰ্কৰ অৱসান হ’ব লাগে।
লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘চিনেমাখনত নাহিদে যিটো গান গাইছে সেই গানটোৰ বাবেহে বঁটা পাইছে।