Daily Time Axom

বিহাৰত উদ্ধাৰ হ’ল গুৱাহাটীৰ পৰা অপহৃত হোৱা শিশু

0 30

নিউজ ডেস্ক, ১৮ মাৰ্চঃ গুৱাহাটীৰ পৰা অপহৃত হোৱা দুই শিশুক উদ্ধাৰ। বিহাৰত উদ্ধাৰ কৰা হৈছে শিশু দুটিক। বিহাৰৰ বৈশালীৰ মাহুৱাৰ পৰা উদ্ধাৰ অজিত কুমাৰ আৰু বিবেক কুমাৰক।

গুৱাহাটীৰ তেতেলীয়াৰ পৰা বৃহস্পতিবাৰে অপহৰণ কৰা হৈছিল শিশু দুটিক। ঘৰৰ সন্মুখত খেলি থকা অৱস্থাতে কৰিছিল অপহৰণ। এখন চাৰিচকীয়া বাহনত অহা দুৰ্বৃত্তই অপহৰণ কৰিছিল দুয়োকে।অপহৃত শিশু দুটি তেতেলীয়াৰ মদন ৰায় নামৰ লোকজনৰ পুত্ৰ বিবেক কুমাৰ আৰু অজিত কুমাৰ।

Leave A Reply

Your email address will not be published.