Daily Time Axom

মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু

0 28

নিউজ ডেস্ক, ১৮ মাৰ্চঃ মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু৷ পাঞ্জাবাৰীৰ নিৰ্মাণ নিচামুক্তি কেন্দ্ৰত এই অঘটন৷ পাঞ্জাবাৰীৰ নিৰ্মাণ নিচামুক্তি কেন্দ্ৰত এই সংঘটিত হয় এই ঘটনা৷

মৃত যুৱকজন মঙলদৈৰ অক্ষয় কুমাৰ বৰা৷ ১১ ফেব্ৰুৱাৰীত পৰিয়ালৰ লোকে কেন্দ্ৰটোত থৈ গৈছিল অক্ষয়ক৷

প্ৰায়ে অক্ষয়ৰ খবৰ লৈছিল পৰিয়ালটোৱে৷ যোগাযোগৰ সময়ত অক্ষয়ৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছিল বিষয়ববীয়াই৷ হঠাৎ যুৱকজনৰ মৃত্যুৰ খবৰে হতচকিত কৰি তোলে পৰিয়ালটোক৷ যুৱকজনক নিৰ্যাতন চলাই হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ৷

Leave A Reply

Your email address will not be published.