Daily Time Axom

নিশা বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা ! থিতাতে নিহত ২জনকৈ লোক

0 29

নিউজ ডেস্ক, ১৮ মাৰ্চঃ বোকাজানৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ দুৰ্ঘটনাত দুজনৰ কৰুণ মৃত্যু। গুৰুতৰভাৱে আহত আন দুজনক হাস্পতালত ভৰ্তি। ডিমাপুৰলৈ গৈ থকা পথত টয়টা ফৰচুনাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে পথৰ দাঁতিৰ গছত। ফলত থিতাতে মৃত্যুক সাৱটি লয় সূৰজ আলী আৰু ইটকা য়েপটো নামৰ যুৱক দুজনে।

আহত আন দুজনক বোকাজান সামূহিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ NL-07-CA-1654।

Leave A Reply

Your email address will not be published.