ছবছৰ সুখী সংসাৰ, হঠাৎ ঘৈণীয়েক হৈ পৰিল ভগ্নী!

৬ বছৰ বিবাহিত জীৱন। সুখী পৰিয়াল হঠাৎ স্বামীয়ে গম পালে যে ইমান বছৰ লগত থকা পত্নীগৰাকী আচলতে তেওঁৰ ভনীয়েক!
দম্পতীহালৰ এজন পুত্ৰ আছে। ৬ বছৰ ইজনে সিজনৰ লগত সুখেৰে আছিল। পত্নী হঠাৎ অসুস্থ হৈ পৰিল। ইয়াৰ পিছত ডেকাজনৰ মূৰত আকাশ ভাঙি পৰিল।

সকলো ঠিকেই চলি আছিল। হঠাৎ পত্নীজনী বৃক্কৰ ৰোগত আক্ৰান্ত হৈ বিচনাত পৰিল। ইয়াৰ পিছতে লোকজনে কিডনী দাতা বিচাৰিবলৈ আৰম্ভ কৰে। কিন্তু কোনো দাতা বিচাৰি নাপালে।
যুৱকজনে নিজৰ এটা বৃক্ক পত্নীক দিবলৈ সিদ্ধান্ত ল’লে। তাৰ বাবে একাধিক পৰীক্ষা কৰা হ’ল।

কেইবাবাৰো পৰীক্ষাৰ অন্তত চিকিৎসকে যুৱকজনৰ সন্মুখত সত্য প্ৰকাশ কৰে। যাৰ লগত সি ইমান দিন জীয়াই আছিল, আচলতে তাই তাৰ ভনীয়েকহে!

জানিব পৰা মতে যুৱকজনে নিজৰ প্ৰকৃত পিতৃ-মাতৃৰ পৰিচয় নাজানে। অৱশ্যে যুৱকজনে দাবী কৰে যে তেওঁৰ তুলনীয়া পিতৃ-মাতৃয়ে তেওঁক নিজৰ সন্তানতকৈ বেছি ভাল পায়।


ডেকাজনে কেতিয়াও সপোনতো ভবা নাছিল যে তেওঁৰ বিবাহিত জীৱনত কেতিয়াবা এনে সমস্যাৰ সন্মুখীন হ’ব। অৱশ্যে বহু লোকে যুৱকজনক ক’লে যে এই সমস্যাৰ কথা এতিয়া আৰু চিন্তা কৰি লাভ নাই। কাৰণ তেওঁলোকৰ সন্তানৰ ভৱিষ্যত এতিয়া অধিক গুৰুত্বপূৰ্ণ।


ডেকাজনে কেতিয়াও সপোনতো ভবা নাছিল যে তেওঁৰ বিবাহিত জীৱনত কেতিয়াবা এনে সমস্যাৰ সন্মুখীন হ’ব। অৱশ্যে বহু লোকে যুৱকজনক ক’লে যে এই সমস্যাৰ কথা এতিয়া আৰু চিন্তা কৰি লাভ নাই। কাৰণ তেওঁলোকৰ সন্তানৰ ভৱিষ্যতহে এতিয়া অধিক গুৰুত্বপূৰ্ণ।

Assamese NewsDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment