শ্বাহৰুখৰ কন্যা সুহানাৰ সৈতে বিমানবন্দৰত কি ঘটিল


তাৰকাৰ ওচৰতে পালে অনুৰাগীয়ে চেল্ফী তুলিবলৈ লৰালৰি কৰে। এগৰাকী তাৰকাইয়ো বিষয়টো ভালদৰেই লয়। কিন্তু তাৰে মাজৰ কিছুমানে একেবাৰে ভাল নাপায় চেল্ফী ।

শেহতীয়াকৈ বিমানবন্দৰত এক অদ্ভুত ঘটনাৰ সন্মুখীন হ’বলগীয়া হৈছিল শ্বাহৰুখৰ কন্যা সুহানা খান।

তেওঁক দেখি এজন ডেকা চেল্ফী তুলিবলৈ আহিল। অৱশ্যে ছবিখন তোলাৰ পিছত সুহানাক তেওঁৰ মুখতে ক’লে দিপীকা বুলি !

যুৱকজনৰ মুখত দীপিকাৰ নাম শুনি সুহানাই প্ৰথমে অলপ ভ্ৰু কোঁচাইছিল যদিও পিছলৈ এটা মিঠা হাঁহিৰে পৰিস্থিতিটো মেনেজ কৰিলে।

কিন্তু সুহানাই অনুৰাগীৰ প্ৰয়োজন পূৰণ কৰি এটাৰ পিছত এটাকৈ চেল্ফী উঠিল।

আচলতে সুহানাই সেইদিনা দীপিকাৰ দৰেই সাজ-পোছাক পিন্ধিছিল। যাৰ বাবে বহুতে ভুলতে দীপিকা বুলি ভাবিছিল বহুতেই ।

AssambollywoodDaily time axomIndiaNew DelhiWorld
Comments (0)
Add Comment