পুনৰ স্বৰ্ণৰে উজলিল অসম কন্যা হিমা দাস

নিউজ ডেস্ক, ২১ মাৰ্চঃ পুনৰ স্বৰ্ণৰে উজলিল অসম কন্যা হিমা দাস। তিৰুৱনন্তপুৰমৰ লক্ষ্মীবাই নেচনেল কলেজ অৱ ফিজিকেল এডুকেচনত অনুষ্ঠিত ভাৰতীয় গ্ৰেণ্ড প্ৰিক্স-১ এথলেটিকছ ইভেণ্টত হিমা দাসে ২০০ মিটাৰ দৌৰত ২৩.৭৯ ছেকেণ্ডত জয়লাভেৰে স্বৰ্ণপদক অৰ্জন কৰে।

হিমাই মহাৰাষ্ট্ৰৰ প্ৰতিদ্বন্দ্বী ঐশ্বৰ্য কৈলাস মিশ্ৰ (২৪.৮১) আৰু কেৰালাৰ ভি কে বিস্মায়া (২৪.৮২)ক পিছ পেলাই মহিলাৰ ২০০ মিটাৰত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

AssamAssamese NewsDaily time axomGuwahatiHima DasIndiaSports
Comments (0)
Add Comment