নিউজ ডেস্ক, ২৩ মাৰ্চঃ GMCৰ মুখ্য অভিযন্তা ইন্দ্ৰজিত বৰাৰ ভেটাপাৰাৰ ঘৰতো চলোৱা হয় অভিযান। দুৰ্নীতি নিবাৰক শাখা কাৰ্যালয়লৈ ইন্দ্ৰজিৎ বৰাক লৈ যোৱাৰ লগতে ঘৰত তালাচী চলাই শাখাটোৱে।
অভিযানত জব্দ কৰা হয় ৬ লাখৰো অধিক টকা, টকা গণনা কৰা মেচিন, এখন AUDI বাহন, এটা পিষ্টল, এটা এয়াৰ গান, .22mmৰ ১০টাকৈ গুলী।