Daily Time Axom

গুৱাহাটী বিমানকোঠৰ গ্ৰীষ্মকালীন বিমানসেৱাৰ অনুসূচী ঘোষণা

0 25

নিউজ ডেস্ক, ২৬ মাৰ্চঃ গুৱাহাটী বিমানকোঠৰ গ্ৰীষ্মকালীন বিমানসেৱাৰ অনুসূচী ঘোষণা। বিমানকোঠ কৰ্তৃপক্ষই ৫টা নতুন স্থানলৈ বিমানসেৱা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভুৱনেশ্বৰ, গোৱা, ডেৰাডুন, যোধপুৰ আৰু কইম্বাট’ৰলৈ বিমানসেৱাৰ সুবিধা।

গ্ৰীষ্মকালীন অনুসূচী অনুসৰি, এখন নতুন আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা মুকলি কৰা হ’ব। গুৱাহাটীৰ পৰা ভূটানৰ পাৰোৰ লৈকে এই বিমানসেৱা পৰিচালনা হ’ব। গ্ৰীষ্ম কালীন অনুসূচী অনুসৰি সপ্তাহত প্ৰায় ৫৭২ খন বিমানসেৱা গুৱাহাটীৰ পৰা পৰিচালনা কৰা হ’ব।

Leave A Reply

Your email address will not be published.