কঠীয়াতলীত ৩৪ নং CRPF ৰ দ্বাৰা আয়োজিত বিনামূলীয়া চিকিৎসা শিবিৰ

আজি নগাঁও জিলাৰ কঠিয়াতলীৰ ৰেংবেং জনজাতি এম ই স্কুলৰ খেলপথাৰত ৩৪ নং CRPF বিনামূলীয়া চিকিৎয়া শিবিৰ আয়োজিত কৰা হয়।এই চিকিৎসা শিৱিৰত বিনামূলীয়া ঔষধ আৰু ৰোগীক চিকিৎসা সেৱা আগবঢ়াই।শিৱিৰটো শুভউদ্বোধন কৰে ৩৪ নং বেটেলিয়নৰ কামাণ্ডেন্ট আৰ কে শ্ৰীবাস্তৱে ।এই চিকিৎসাশিৱিৰটোত চিকিৎসক হিচাৱে উপস্থিত থাকে কঠীয়াতলী প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক নৱজ্যোতি দাস আৰু 34 নং CRPF চিকিৎসক অনামিকা সিং।চিকিৎসা শিৱিৰটোত উপস্থিত থাকে নামবৰ লালুংগাঁও পঞ্চায়তৰ সভাপতি অভিষেক সোম ;কঠীয়াতলী মিকিৰ গাঁৱৰ গাঁওবুঢ়া ভকতৰাম টিমুং ;কঠীয়াতলী পহৰা চকীৰ বিষয়া উৎপল বৈশ্যৰ লগতে কঠীয়াতলী অঞ্চলৰ বিশিষ্ট ব্যক্তিৰ সকলৰ লগতে ;কামণ্ডাৰ সঞ্জিৱ কুমাৰ আৰু উপকামাণ্ডেণ্ট সত্য বীৰ সিং আদি উপস্থিত থাকে।

AssamAssamese NewsDaily time axomIndia
Comments (0)
Add Comment