Daily Time Axom

শিৱসাগৰৰ জিলাৰ বৃহত্তৰ হাতীঘূলিত উত্তোলন ২০২৩ ৰ প্ৰতিযোগিতা অনুষ্ঠিত

0 32

শিৱসাগৰৰ জিলাৰ বৃহত্তৰ হাতীঘুলিৰ অঞ্চলৰ শিৱসাগৰ জিলা শক্তি উত্তোলন সন্থাৰ তত্বাৱধানত আৰু বৃহত্তৰ হাতীঘূলি বাসী ৰাইজৰ সহযোগত শিৱসাগৰ জিলা লৌহ ক্ৰীড়াৰ পিতৃস্বৰূপ পৱন দত্ত আৰু জয়ন্ত ৰাজকোঁৱৰ ক্লাচিক ৪০ ত`ম শিৱসাগৰ জিলা আন্তঃ ক্লাব শিলপুখুৰীৰ হাতীঘূলি শ্ৰীশ্ৰী শংকৰদেৱ কলা কৃষ্টি কেন্দ্রৰ পেক্ষাগৃত শক্তি উত্তোলন ২০২৩ ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত শক্তি উত্তোলন ২০২৩ ৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা কেইবাগৰাকী বিশিষ্ট সমাজকর্মী আৰু গণ্য মান্য ব্যক্তিকো উদ্যোক্তা ফালৰ পৰা সম্বর্ধনা জনোৱা হয় ।

Leave A Reply

Your email address will not be published.