Daily Time Axom

ৱৰ্ল্ড চেম্পিয়নশ্বিপ বিজয়ী লাভলীনা বৰগোঁহাইলৈ ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা চৰকাৰৰ

41

নিউজ ডেস্ক, ২৯ মাৰ্চঃ আজিৰ সদনত ড০ হিমন্ত বিশ্ব শৰ্মাই সফলতাৰ বাবে লাভলীনা বৰগোহাঁইক অভিনন্দন জ্ঞাপন কৰি ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৫০ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে, লাভলীনাই অষ্ট্ৰেলিয়াৰ প্ৰতিদ্বন্দিক পৰাস্ত কৰি এই সফলতা অৰ্জন কৰিছিল। অলিম্পিকত ৬৯ কেজি শাখাত ব্ৰঞ্জৰ পদক জয় কৰা লাভলীনাই এইবাৰৰ প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপত ৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰিছিল।

Comments are closed, but trackbacks and pingbacks are open.