নিউজ ডেস্ক, ৩০ মাৰ্চঃ শীঘ্ৰে আৰম্ভ হ’ব আন এক বৃহৎ নিযুক্তি। বিভিন্ন বিভাগৰ ৪২ হাজাৰ পদত আৰম্ভ হ’ব নিযুক্তি প্ৰক্ৰিয়া।
উল্লেখ্য যে, তৃতীয়, চতুৰ্থ বৰ্গৰ নিযুক্তি আয়োগৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক হয়। ইফালে এই কথা সামাজিক মাধ্যমযোগে নিযুক্তিৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।
বুধবাৰে মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হৈছিল বৈঠক। আয়োগৰ বিষয়ববীয়াৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে আলোচনা কৰা হয়।