Daily Time Axom

বিধানসভা চলি থাকোতেই পৰ্ণ ভিডিঅ’ চোৱাত ব্যস্ত ত্ৰিপুৰাৰ বিজেপি বিধায়ক যাদৱ লাল নাথ

45

নিউজ ডেস্ক, ৩০ মাৰ্চঃ এইবাৰ বিধানসভাৰ অধিৱেশনৰ সময়তে মোবাইলত পৰ্ণ ভিডিঅ’ চালে বিজেপি বিধায়কে। ত্ৰিপুৰা বিধানসভাৰ অধিৱেশনৰ সময়তে মোবাইলত পৰ্ণ ভিডিঅ’ চালে বিজেপি বিধায়ক যাদৱ লাল নাথে।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বিধায়কজনৰ এই কাৰ্য। বৃহস্পতিবাৰে অধিৱেশনৰ সময়ত বাগবছা সমষ্টিৰ বিজেপি বিধায়কজনে পৰ্ণ ভিডিঅ’ চাই থকাৰ দৃশ্য কেমেৰাত বন্দী হয়।

Comments are closed, but trackbacks and pingbacks are open.