Daily Time Axom

ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীক ডি এৰ পৰিমাণ আৰু ৪ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত ড০ হিমন্ত বিশ্ব শৰ্মাৰ

0 53

শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীক ডি এৰ পৰিমাণ আৰু ৪ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। তেওঁ টুইট কৰি কয়, ‘আমাৰ চৰকাৰে কৰ্মচাৰীৰ কথা চিন্তা কৰে। মই জনাবলৈ পাই সুখী যে ৰাজ্যৰ দৰমহা পোৱা আৰু পেঞ্চনাৰসকলক এতিয়াৰে পৰা অতিৰিক্ত ৪ শতাংশ ডি এ দিয়া হ’ব। ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা এই নতুন হাৰত তেওঁলোকে ডি এ লাভ কৰিব।”

Leave A Reply

Your email address will not be published.