Daily Time Axom

জলপথেৰে অবৈধভাৱে আমেৰিকাত প্ৰৱেশৰ চেষ্টা কৰোতেই নাও বুৰি ভাৰতীয় পৰিয়ালৰ সদস্যসহ ৮ জনৰ মৃত্যু

29

নিউজ ডেস্ক, ১ এপ্ৰিলঃ কানাডা-আমেৰিকাৰ সীমান্তৰ সমীপৰ ছেইণ্ট লৰেন্স নদীৰ পাৰত অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ৮ জন লোকক মৃতদেহ উদ্ধাৰ কৰা হয়।

মৃত লোককেইজনৰ ভিতৰত আছিল পাঁচজন ভাৰতীয় আৰু ৩জন ৰোমানীয়া মূলৰ। কানাডাৰ কৰ্তৃপক্ষৰ মতে এই লোক কেইজনে কানাডাৰ পৰা অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল।

পৰিয়াল দুটা এটা ভাৰতীয় আৰু আনটো পৰিয়াল ৰোমানিয়া মূলৰ। তেওঁলোকৰ পৰা কানাডাৰ পাছপ’ৰ্ট উদ্ধাৰ কৰা হৈছে।

Comments are closed, but trackbacks and pingbacks are open.