নিউজ ডেস্ক, ১ এপ্ৰিলঃ অসমবাসীলৈ অন্য এক সুখবৰ। পোনপ্ৰথমবাৰৰ বাবে এগৰাকী অসমীয়া জিলিকিল মাষ্টাৰ চেফ ইণ্ডিয়াত।মাষ্টাৰ চেফ ইণ্ডিয়া-৭ৰ বিজয়ী অসমৰ নয়নজ্যোতি শইকীয়া।ৰাৰ্ণাৰ্ছআপ হ’ল অসমৰে শান্তা শৰ্মা ।ফাইনেলত অৱতীৰ্ণ হৈছিল নয়নজ্যোতি, শান্তা আৰু মুম্বাইৰ সুভাৰ্ণা বাগুল ।২৫ লাখ টকাৰ চেকসহ ট্রফী আৰু গোল্ডেন চেফ কোট অৰ্জন নয়নৰ।৫ লাখ টকাৰ চেক লাভ কৰে ৰাৰ্ণাৰ্ছআপ শান্তা শৰ্মাই।