Daily Time Axom

কাজিৰঙাত ৬, ৭ এপ্ৰিলত বন্ধ থাকিব জীপ, হাতী ছাফাৰী

35

নিউজ ডেস্ক, ২ এপ্ৰিলঃ কাজিৰঙাত ৬, ৭ এপ্ৰিলত বন্ধ থাকিব জীপ, হাতী ছাফাৰী। কঁহৰা, বাগৰি বনাঞ্চলত পৰ্যটকৰ বাবে বন্ধ থাকিব এই সেৱা। এক নিৰ্দেশনা অনুসৰি এপ্ৰিল মাহত দুটা দিনৰ বাবে ব্ন্ধ থাকিব সেৱাসমূহ ।

উল্লেখ্য যে, কঁহৰা, বাগৰিত বন্ধ থাকিব দুয়োটা সেৱা । ইয়াৰ পৰিৱৰ্তে ঘোঁৰাকাটি, বুৰাপাহাৰ, আগৰতলি ৰেঞ্জত অব্যাহত থাকিব সেৱাসমূহ ।

Comments are closed, but trackbacks and pingbacks are open.