নিউজ ডেস্ক, ৫ এপ্ৰিলঃ আজি সন্ধিয়া ৭.৩০ বজাৰ পৰা গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত হ’ব হাইভল্টেজ মেচ ৷
IPL খেলুৱৈৰ চকুত নপৰিবৰ বাবে টিৰপালেৰে ঢাকি দিয়া হৈছে লেতেৰা ভৰলু নদী। IPLৰ বাবে বর্ষাপাৰাৰ কাষেৰে বৈ যোৱা ভৰলু এইদৰে ঢাকিলে প্ৰশাসনে।
ক্ৰিকেটাৰসকলক আদৰণি জনাবলৈ খেলপথাৰ, প্ৰশাসন ৰাইজ সকলো সাজু ৷ লেতেৰা ভৰলু নৈক খেলুৱৈসকলৰ দৃষ্টিত নপৰিবৰ বাবে এইদৰে ঢাকি দিয়া হৈছে টিৰপালেৰে।