Daily Time Axom

আজি অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

73

নিউজ ডেস্ক, ৬ এপ্ৰিলঃ আজি অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ। অংশ ল’ব কাজিৰঙাৰ গজ উৎসৱত। কাইলৈ কাজিৰঙাৰ কহৰাত বন বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’ব লগীয়া ‘গজ মহোৎসৱ’ অংশ ল’ব ৰাষ্ট্রপতিগৰাকীয়ে। গজ মহোৎসৱত মুখ্য অতিথি হিচাপে অংশ ল’ব ৰাষ্ট্রপতিগৰাকীয়ে।

ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ আগমনক লৈ তৎপৰ আৰক্ষী-প্ৰশাসন। কামৰূপ মহানগৰ জিলাত ড্ৰোন উৰণ নিষিদ্ধ এলেকা ঘোষণা।

Comments are closed, but trackbacks and pingbacks are open.