নিউজ ডেস্ক, ৮ এপ্ৰিলঃ ফেশ্বন ডিজাইনিঙৰ ক্ষেত্ৰখনত ১০টা গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ। সংযুক্তা দত্তক শুভেচ্ছা জ্ঞাপনৰ বাবে গুৱাহাটীত উপস্থিত অভিনেত্ৰী তথা মডেল সংগীতা বিজলানি।
উল্লেখ্য যে, সংযুক্তা দত্তই অসমৰ হস্ততাত আৰু বস্ত্ৰ শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অহৰ্নিশে কাম কৰি আহিছে। তেওঁ দেশৰ সৰ্বোত্তম ফেশ্বন ৱিক নিউয়ৰ্ক আৰু পেৰিছ ফেশ্বন ৱিকত অংশ ল’বলৈ সুযোক পাইছিল।