কংগ্ৰেছৰ ৩ বিধায়কৰ পদত্যাগ পত্ৰ প্ৰেৰণ প্ৰদেশ কংগ্ৰেছলৈ

নিউজ ডেস্ক, ৮ এপ্ৰিলঃ কংগ্ৰেছৰ ৩ বিধায়কৰ পদত্যাগ! কমলাক্ষ দে’ পুৰকায়স্থ, খলিলউদ্দিন মজুমদাৰ, মিজবাউল ইছলাম লস্কৰে প্ৰদেশ কংগ্ৰেছলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ।

উল্লেখ্য যে, ভূপেন বৰাৰ ওপৰত চৰম অসন্তুষ্টি কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থৰ। শিলচৰৰ জিলা কংগ্ৰেছ সভাপতি নিযুক্তিক লৈ অসন্তুষ্ট প্ৰকাশ তিনি নেতাৰ।

APCCAssamese NewsBhupen BoraDaily time axomGuwahatiIndiaKamalakhya Dey PurkayasthapoliticsQuitResign Letter