কৰ্ণাটকত নতুন ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ কৰ্ণাটকত নতুন ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ‘প্ৰজেক্ট টাইগাৰ’ৰ ৫০ বছৰ সম্পূৰ্ণ। আজি কৰ্ণাটকৰ বান্দীপুৰ টাইগাৰ ৰিজাৰ্ভত জংঘল চাফাৰীত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

জংঘল ছাফাৰীলৈ যোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেমোফ্লেজ হাফ চাৰ্ট, পেণ্ট, মূৰত টুপী, হাফ জেকেট পিন্ধি ব্যাঘ্ৰ প্ৰকল্পৰ ৫০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে এনেদৰে দেখা গ’ল প্ৰধানমন্ত্ৰীগৰাকীক।

Assamese NewsBandipur Tiger ReserveDaily time axomIndiaKarnatakaNarendra Modipolitics