Daily Time Axom

ম্যানমাৰৰ বিদ্ৰোহী শিবিৰত সেনাৰ আক্ৰমণ, নিহত কমেও ৫০ জন বিদ্ৰোহী

43

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ ম্যানমাৰৰ বিদ্ৰোহী শিবিৰত সেনাৰ আক্ৰমণ। নিহত হৈছে কমেও ৫০ জন বিদ্ৰোহী। ছাগায়িং অঞ্চলৰ কানবালু অঞ্চলত আকাশমাৰ্গেৰে আক্ৰমণ। এই আক্ৰমণত আহত হৈছে কেইবাশতাধিক লোক।

বিৰোধী শিৱিৰৰ কাৰ্যালয় মুকলি অনুষ্ঠানৰ সময়তে বিমানেৰে আক্ৰমণ কৰা হৈছিল বুলি জানিব পৰা গৈছে। সেনাৰ এই আক্ৰমণক গৰিহণা ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ। অৱশ্যে, ৰাষ্ট্ৰসংঘই মৃত্যুৰ সংখ্যা নিশ্চিত কৰা নাই। কিন্তু বহুতো নাগৰিক নিহত হৈছিল বুলি কৈছিল।

Comments are closed, but trackbacks and pingbacks are open.