Daily Time Axom

পঞ্জাবৰ সেনা শিবিৰত গুলীচালনাৰ ঘটনা, গুলীচালনাত ৪জনকৈ জোৱানৰ মৃত্যু

55

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ পঞ্জাবৰ সেনা শিবিৰত গুলীচালনাৰ ঘটনা। গুলীচালনাত ৪জনকৈ জোৱানৰ মৃত্যু। পঞ্জাবৰ বাঠিণ্ডাস্থিত মিলিটেৰী ষ্টেচনত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে।

সেনাৰ দক্ষিণ পশ্চিম কমাণ্ডে এক বিবৃতি জাৰি কৰি কয় যে, বাঠিণ্ডাৰ মিলিটেৰী ষ্টেচনৰ ভিতৰত আজি পুৱা ৪.৩৫ বজাত গুলীচালনাৰ ঘটনা সংঘটিত হয়।

Comments are closed, but trackbacks and pingbacks are open.