অসমীয়াৰ স্বাভিমান গামোচাই আনুষ্ঠানিকভাৱে লাভ কৰিলে GI টেগ

নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ অসমবাসীৰ বাবে ভাল খবৰ। সৰুসজাইত আজি অসমীয়াৰ স্বাভিমান গামোচাই লাভ কৰিলে GI টেগ। Registrar General of Indiaই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰে GI টেগৰ Certificate।

উল্লেখ্য যে, আজি বিহুৰ বিশ্ব ৰেকৰ্ড কৰাৰ পূৰ্বে অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ প্ৰাকক্ষণত এই প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। প্ৰমাণ পত্ৰ গ্ৰহণ কৰিয়েই মুখ্যমন্ত্ৰীগৰাকীয়ে অসমবাসীক শুভেচ্ছা প্ৰদান কৰে।

AssamAssamese NewsDaily time axomGamosaGI TagGuwahatiHimanta Biswa SarmaIndia