মহানগৰীৰ বেলতলাত চাঞ্চল্যকৰ হত্যাকাণ্ড,গেটত ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা।মহানগৰীৰ বেলতলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। গেটত ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ ত্ৰিপুৰাৰ এজন লোকৰ। নিশা চিকিৎসালয়ৰ পৰা আহি ভাড়াঘৰত আছিল লোকজন। পুৱাই গেটত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো।

বেলতলাৰ সৌৰভনগৰত সংঘটিত হৈছে এই ঘটনা। মৃত লোকজনৰ নাম সুবল দেৱবাৰ্মা বুলি জানিব পৰা গৈছে।

AssamAssam PoliceAssamese NewsDaily time axomDeadbodyGuwahatiGuwahati PoliceIndiaRecover