বৰক্ষেত্ৰী সমষ্টিৰ বৰ্তমানৰ বিধায়ক দিগন্ত বৰ্মনৰ পিতৃ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰক্ষেত্ৰী সমষ্ঠিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত ডাক্তৰ ভুমিধৰ বৰ্মনৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী বৰক্ষেত্ৰীৰ কাপলাবড়ীত অনুষ্ঠিত কৰা হয়।সভাত প্ৰয়াত নেতাগৰাকীক স্ৰদ্ধাৰে স্মৰণ কৰি এখন সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়।প্ৰয়াত নেতাগৰাকীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাবলৈ অগণন গুনমুগ্ধ উপস্থিত থাকে।